Today we are going to discuss present perfect tense.Through this post we are going to learn how to form a sentence of present perfect tense and its uses.I hope it will help the students in learning English Grammar.
Present perfect tense
বৰ্তমান সময়ত কোনো এটা কাম এই মাত্ৰ শেষ হোৱা বুজাবলৈ present perfect tense ব্যৱহাৰ কৰা হয় বা বৰ্তমান সময়ত কোনো এটা সম্পূৰ্ণ ৰূপে শেষ হোৱা বুজাবলৈও present perfect tense ব্যৱহাৰ কৰা হয়।
যেনে:-মই এই মাত্ৰ তেওঁক দেখা পালো।
Present perfect tenseৰ formation
=Sub+have/has+verb ৰ past participle form+ object
ওপৰৰ এই formationটো ব্যৱহাৰ কৰি আমি যিকোনো এটা present perfect tenseৰ বাক্য ইংৰাজীলৈ অনুবাদ কৰিব পাৰিম।
Present perfect tenseৰ বাক্য কিদৰে ইংৰাজীলৈ অনুবাদ কৰিব পাৰি?
1) প্ৰথমে আমি sentenceটোৰ sub টো বাচি ওলিয়াই বাক্যটোৰ আৰম্ভণিতে sub টো বহাব লাগিব।
2) দ্বিতীয়তে বাক্যটোৰ sub অনুসৰি have বা has ব্যৱহাৰ কৰা হয়:-
a)যদি বাক্যটোৰ sub টো Ist person বা 2nd person হয় তেতিয়া have ব্যৱহাৰ কৰা হয়।
I have
We have
You have
b) বাক্যটোৰ sub টো 3rd person singular number হ'লে has আৰু 3rd person plural number হ'লে have ব্যৱহাৰ কৰা হয়।
He has
She has
They have
Ram has
The boy has
The boys have........etc.
3) তৃতীয়তে বাক্যটোৰ verb ৰ past participle form টো ব্যৱহাৰ কৰা হয়।
4) চতুৰ্থতে বাক্য টোৰ object টো ব্যৱহাৰ কৰা হয়।
Examples:-
Translate into English
1)সি এই মাত্ৰ কামটো সম্পূৰ্ণ কৰিলে।
=He has finished the work.
2) কৰ্মী কেইজনে দলংখন নিৰ্মাণ কৰিলে।
=The workers has built the bridge.
3)আমি এই মাত্ৰ খেল খন জিকিলো।
=We have won the match just now.
4) ৰোগী গৰাকী এই মাত্ৰ ঢুকাল।
=The patient has died just now.
5)মই এই মাত্ৰ তোমাৰ খবৰটো পালো।
=I have received your news just now.
6) মই ইতিমধ্যে কামটো সম্পূৰ্ণ কৰিলো।
=I have already finished the work.
7) মোৰ দেউতা এই মাত্ৰ ওলাই গ'ল।
=My father has gone out just now.
8) শিক্ষক জনে এই মাত্ৰ পুৰস্কাৰ সমূহ বিতৰণ কৰি দিলে।
=The teacher has given away the prizes just now.
9)সি এই মাত্ৰ দৰ্জাখন বন্ধ কৰিলে।
=He has closed the door just now.
10)এই মাত্ৰ গাড়ীখনে বুঢ়া মানুহজনক খুন্দা মাৰিলে।
=The car has hit the old man just now.
11)ম্ই এই মাত্ৰ তেওঁক ৰাস্তাত দেখিলোঁ।
=I have seen him in the street just now.
12)সি এই মাত্ৰ স্কুলৰ পৰা আহি পালে।
=He has arrived from school just now.
13) তেখেতে মোক এই মাত্ৰ ভাল খবৰটো দিলে।
=He has given me the good news just now.
14) ট্ৰেইন খনে এই মাত্ৰ ষ্টেচন এৰিলে।
=The train has left the station just now.
15)আমি এই মাত্ৰ ষ্টেচন আহি পালোঁ।
=We have reached the station just now.
Formation of negative sentences of present perfect tense
যদি present perfect tense ৰ বাক্যটো নঞা অৰ্থ প্ৰকাশ কৰে অৰ্থাৎ যদি present perfect tenseৰ বাক্যটো negative sentence হয় তেতিয়া কি দৰে বাক্য টো ইংৰাজীত লিখা হয় বা ইংৰাজীলৈ অনুবাদ কৰা হয়? তেতিয়া present perfect tense ৰ বাক্যটো তলত দিয়া formation ত লিখা হয়।
= Sub+have/has+not+verb ৰ past participle form+object.
Examples:
1) সিহঁতে এতিয়ালৈকে কামটো সম্পূৰ্ণ কৰা নাই।
=They have still not completed the work.
2)সি আহি পোৱা নাই।
=He has not reached .
3)ডক্টৰ জন আহি পোৱা নাই।
=The doctor has not reached.
4) কৰ্মী কেইজনে দলংখন সম্পূৰ্ণ কৰা নাই।
=The workers have not finished the bridge.
5)সি প্ৰশ্নটোৰ উত্তৰ দিয়া নাই।
=He has not answered to the the question.
Formation of interrogative sentences of present perfect tense
=Have/has+sub + verb ৰ past participle form+object
যদি present perfect tenseৰ বাক্যটো interrogative sentence হয় অৰ্থাৎ প্ৰশ্নবোধক বাক্য হয় তেতিয়া উপৰোক্ত formation ৰ সহায়ত sentence টো গঠন কৰা হয়।
Examples:-
1) তুমি তালৈ গ'লা নে?
=Have you gone there?
2) তুমি কামটো কৰিলা নে?
=Have you done the work?
3)সি এই মাত্ৰ ওলাই গ'ল নেকি?
=Has he gone out just now?
4) তুমি এই মাত্ৰ খবৰটো লাভ কৰিলা নেকি?
=Have you received the news just now?
5) তুমি কেতিয়াবা তোমাৰ জীৱনত সিংহ দেখিছানে?
=Have you ever seen a lion in your life?
6) তুমি কেতিয়াবা গাড়ী চলাইছানে?
=Have you ever driven a car?
7) তুমি কেতিয়াবা আমাৰ গাঁৱলৈ আহি পাইছানে?
=Have you ever come to our village?
Translate into English
1)ডাক্টৰজন এই মাত্ৰ ওলাই গ'ল।
2) এই মাত্ৰ চুৰটো পলাল।
3)ৰামে কামটো সম্পূৰ্ণ কৰিলে।
4)সি চাকৰিটো লাভ কৰিলে।
5)মই কেতিয়াও গড় দেখা পোৱা নাই।
6)তূমি কেতিয়াবা অৰুণাচললৈ গৈছানে?
7)তেখেত ইতিমধ্যে ঘৰত পালেগৈ।
8) শিক্ষক জন এই মাত্ৰ শ্ৰেণী কোঠাৰ পৰা ওলাই গ'ল।
9) ৰীমাই এই মাত্ৰ ভাত খালে।
10) কৰ্মী কেইজনে এই মাত্ৰ কামটো সম্পূৰ্ণ কৰিলে।
11)
Answers to the questions
Question1:-Ans:- The doctor has gone out just now.
Question 2:-Ans:-The thief has run away just now.
Question 3:-Ans:-Ram has completed the work.
Or Ram has finished the work.
Question 4:-Ans:-He has got the job.
Question 5:-Ans:-I have never seen a rhinoceros
Question 6:-Ans:-Have you ever gone to Arunachal?
Question 7:-Ans:-He has already reached home.
Question 8:-Ans:-The teacher has gone out from the class just now.
Question 9:-Ans:-Rima has eaten rice just now.
Question 10:-Ans:-The workers have finished the work just now.
Correct tense form of the verb given in the bracket
1)I (reach) the station just now.
=I have reached the station just now.
2)We already (finish) it.
=We have already finished it.
3)The boys (break) the door just now.
=The boys have broken the door just now.
4)He (receive) the news just now.
=He has received the news just now.
5)I (get up) from bed just now.
=I have got up from bed just now.
6)The sun already (rise).
=The sun has already rosen.
7)The rain (stop) just now.
=The rain has stopped just now.
8)The car (hit) the man just now.
=The car has hit the man just now.
9)The dog (bite) the boy just now.
=The dog has bitten the boy just now.
10)She (leave) home just now.
=She has left home just now.
11)Ram (reach) his home just now.
=Ram has reached his home just now.
12)The patient (die) just now.
=The patient has died just now.
13)I (write) a letter to your sister just now.
=I have written a letter to your sister just now.
14) The boy already (do) his home work.
=The boy has already done his home work.
15) The hunter (kill) the bird just now.
=The hunter has killed the bird just now.